ৰাজ্যৰ ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা এনকাউণ্টাৰ ঘটনা ধাৰাবাহিকভাৱে ৰাজ্যত উদ্ধাৰ হৈ থকা ড্ৰাগছৰ প্ৰসংগক লৈ

pc The Siasat Daiily

অনলাইন বাৰ্ত্তাসেৱা – ড্ৰাগছ আৰু সৰুৃ ব্যৱসায়ীক ধৰিয়ে সামৰিব নেতি তদন্ত ? আৰক্ষীৰ সৈতে ব্যৱসায়ীৰ সম্পৰ্ক সন্দৰ্ভত তদন্ত কিয় হোৱা নাই ? কিয় এতিয়ালৈকে টাস্ক ফ’ৰ্চ গঠন হোৱা নাই ? এই প্ৰশ্নসমূহ উত্থাপন কৰিলে অখিল গগৈয়ে। অখিলৰ অভিযোগ, ৰাইজকৰ চকুত ধুলি দিবলৈ এয়া এক নাটকহে।ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানক ৰাজনৈতিক হাথিয়াৰ আখ্যা অখিল গগৈৰ।ৰাজ্যত পুলিচ ৰাজ্য প্ৰতিষ্ঠাৰ কৰিবলৈ বিচাৰিছে চৰকাৰে। ৰাজ্যিক মানৱ অধিকাৰ আয়োগক তদনত ভালকৈ কৰিবলৈ আহ্বান অখিল গগৈৰ।আনহাতে বিধানসভাত ৰাজ্যত কিমান অবৈধ ছিণ্ডিকেট চলি আছে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যত কোনো ছিণ্ডিকেট নাই বুলি উত্তৰ দিছে ৰাজ্য চৰকাৰে।

(By UK.)