ৰাজ্যিক পৰ্যায়ৰ কেৰাম খেলুৱৈ এহচান আলীৰ মৃত্যু

Pc The Indian Express

ৰাজ্যিক পৰ্যায়ৰ কেৰাম খেলুৱৈ এহচান আলীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক পৰ্যায়ৰ কেৰাম প্ৰতিযোগিতাৰ চেম্পিয়ন,উলুবাৰীৰ হাফিজ নগৰৰ নিবাসী এহচান আলীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ৷তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷আলী সহজ-সৰল,অমায়িক স্বভাৱৰ খেলুৱৈ আছিল৷মৃত্যুৰ সময়ত প্ৰাক্তন মন্ত্ৰী,সদৌ ভাৰত কেৰাম এছ’চিয়েশ্বনৰ সভাপতি ৰকিবুল হুছেইন,গুৱাহাটী কেৰাম সন্হাৰ সম্পাদক জাকিৰ হুছেইন,সভাপতি চম্পক তালুকদাৰে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷