ৰমজান মাহ উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ

ৰমজান মাহ উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-   পৱিত্ৰ ৰমজান মাহ উপলক্ষে ইফটাৰ কৰিবলৈ অহা ১১ টা মছজিদৰ  প্ৰায় এক হাজাৰ দৰিদ্ৰৰ মাজত খাদ্য যোগান ধৰে বিশিষ্ট লেখিকা তথা সমাজসেৱিকা ৰুণা লাইলাই।ৰাণীৰ পৰা আৰম্ভ কৰি নামনি মিৰ্জা,বৰবৰী,মজলি, আলিকাষ,কাঁহিকুছি, আলিবাৰক,বঙৰা,এয়াৰপৰ্টকে ধৰি ভিন্ন স্থানত ইছলামধৰ্মী লোকৰ মাজত খাদ্য যোগান ধৰে সমাজ কৰ্মী ৰুণা লাইলাই।এনে কাৰ্যত অঞ্চলটোৰ স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে৷