৭০ বছৰত প্ৰতিটো ক্ষেত্ৰতে ভাৰত-জাপানৰ সম্পৰ্ক গভীৰ হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

pc The Financial Express

৭০ বছৰত প্ৰতিটো ক্ষেত্ৰতে ভাৰত-জাপানৰ সম্পৰ্ক গভীৰ হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত আৰু জাপানৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ তম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক প্ৰতিটো ক্ষেত্ৰতে গভীৰ হৈ উঠিছে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ শেহতীয়া ভাৰত ভ্ৰমণে কোভিড-১৯ ৰ পিছৰ বিশ্বত বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰীত্ব গভীৰ কৰাৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰিছে।