৬ আগষ্টত অনুষ্ঠিত হ’ব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন

৬ আগষ্টত অনুষ্ঠিত হ’ব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰে যে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন ৬ আগষ্টত অনুষ্ঠিত হ’ব। প্ৰয়োজন হ’লে একেদিনাই ভোট গণনা কৰা হ’ব বুলি উল্লেখ কৰা হৈছে। সম্প্ৰতি উপ-ৰাষ্ট্ৰপতি পদত আছে এম ভেংকায়া নাইডু।