৬১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত হিমা দাসৰ মহিলাৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন

pc Latestly

৬১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত হিমা দাসৰ মহিলাৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা-  চেন্নাইত অনুষ্ঠিত ৬১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় দৌৰবিদ হিমা দাসে মহিলাৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে। হিমাই ১১.৪৩ ছেকেণ্ডত জিকিছিল। অলিম্পিয়ান দ্যুতি চান্দে ১১.৪৪ ছেকেণ্ড সময় লৈ দ্বিতীয় স্থান লাভ কৰে। জয়ৰ পিছত ২২ বছৰীয়া হিমাই কয়, “প্ৰায় দুবছৰৰ আঘাত আৰু কঠোৰ পৰিশ্ৰমৰ পিছত পুনৰ ঘূৰি অহাত সুখী।”