৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধান সভাৰ বাজেট অধিবেশন

pc- assambidhansabha.org

৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধান সভাৰ বাজেট অধিবেশন

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধান সভা সচিবালয়ে এক অধিসূচনাৰ জৰিয়তে জনাইছে যে, অসম বিধান সভাৰ বাজেট অধিবেশনখন অহা ৫ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখ সোমবাৰে পুৱা ৯.৩০ বজাত দিছপুৰত অৱস্থিত অসম বিধান সভাৰ কক্ষত অনুষ্ঠিত হব।