২ জুনত বিজেপিত যোগদান হাৰ্দিক পেটেলেৰ

pc The Hans India

২ জুনত বিজেপিত যোগদান হাৰ্দিক পেটেলেৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰা গুজৰাট পাতিদাৰ নেতা হাৰ্দিক পেটেলে  নিশ্চিত কৰিছে যে তেওঁ ২ জুনত বিজেপিত যোগদান কৰিব। পদত্যাগ পত্ৰত পেটেলে কৈছিল, “অযোধ্যাৰ ৰাম মন্দিৰ হওঁক, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ, জিএছটি ৰূপায়ণ – ভাৰতে সমাধান বিচাৰিছিল… কংগ্ৰেছে কেৱল পথৰোধৰ ভূমিকা পালন কৰিছিল।” পেটেলে ২০১৯ চনত কংগ্ৰেছত যোগদান কৰিছিল।