২৮,০০০ কোটি টকাৰ ৰে’ল আৰু পথ প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে 

Pc Oneindia

২৮,০০০ কোটি টকাৰ ৰে’ল আৰু পথ প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে 

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকত ২৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত মগজু গৱেষণা কেন্দ্ৰৰো উদ্বোধন কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ড০ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু বেংগালুৰুৰ ড০ বি আৰ আম্বেদকাৰ স্কুল অৱ ইকনমিক্স (বেছ) বিশ্ববিদ্যালয়ত এটা নতুন চৌহদ উদ্বোধন কৰে।