২০ ডিচেম্বৰত অসম বিধান সভাৰ শীতকালীন অধিবেশন

pc- assambidhansabha.org

২০ ডিচেম্বৰত অসম বিধান সভাৰ শীতকালীন অধিবেশন

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধান সভাৰ শীতকালীন অধিবেশন অহা ডিচেম্বৰ মাহৰ ২০ তাৰিখে অনুষ্ঠিত হ’ব। অসম বিধান সভা সচিবালয়ৰ এক অধিসূচনাযোগে এই তথ্য সদৰী কৰা হৈছে।