অনলাইন বাৰ্ত্তাসেৱা- ১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন।এই অধিৱেশনত ৩ খন অধ্যাদেশ, ১৭ খন নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে।অধিৱেশনৰ প্ৰাকমুহূৰ্তত শনিবাৰে আহ্বান কৰিছে এক সৰ্বদলীয় বৈঠক।দিনৰ ১১বজাত অনুষ্ঠিত হ’ব এই সৰ্বদলীয় বৈঠক।আনহাতে বয়লি ৩ বজাত অনুষ্ঠিত হ’ব এন ডি এৰ এক গুৰুত্বপূৰ্ণ বৈঠক।এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত প্ৰেট্ৰ’ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগই সংসদ উত্তাল কৰাৰ সম্ভাৱনা আছে। by utpal kalita
১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন
