১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৩৫ হ্ৰাস

১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৩৫ হ্ৰাস

ৰঙিলী বাৰ্ত্তাসেৱা-   ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৩৫ হ্ৰাস কৰা হৈছে। আজিৰ পৰা, ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰ ১৩৫টকা সস্তা হ’ব। দিল্লীত এটা চিলিণ্ডাৰৰ মূল্য ২,৩৫৪ টকাৰ বিপৰীতে এতিয়া ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,২১৯ টকা হ’ব, আনহাতে কলকাতাত ইয়াৰ মূল্য ২,৪৫৪ টকাৰ পৰিৱৰ্তে ২,৩২২ টকা, মুম্বাইত ২,৩০৬ টকাৰ পৰিৱৰ্তে ২,১৭১.৫০ টকা আৰু চেন্নাইত ২,৩৭৩ টকা হ’ব।