১২ নৱেম্বৰত হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন

Pc Hindustan Times

১২ নৱেম্বৰত হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা-  ১২ নৱেম্বৰত হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন। ফলাফল ঘোষণা কৰিব ৮ ডিচেম্বৰত। ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে এই ঘোষণা কৰে। ২০১৭ চনৰ যোৱা বিধানসভা নিৰ্বাচনত, বিজেপিয়ে হিমাচল প্ৰদেশত ৪৪ খন আসন লাভ কৰিছিল আৰু কংগ্ৰেছে ২১ খন আসন লাভ কৰিছিল।