১০ দিনৰ ভিতৰত ২য় পাৰমাণৱিক সক্ষম ক্ষেপণাস্ত্ৰ পৃথ্বীৰ পৰীক্ষামূলক নিক্ষেপ ভাৰতৰ

১০ দিনৰ ভিতৰত ২য় পাৰমাণৱিক সক্ষম ক্ষেপণাস্ত্ৰ পৃথ্বীৰ পৰীক্ষামূলক নিক্ষেপ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অগ্নিৰ নিয়মীয়া পৰীক্ষা সম্পন্ন হোৱাৰ প্ৰায় ১৯ দিন পিছত ভাৰতে ইয়াৰ আন এক পাৰমাণৱিক সক্ষম মিছাইল পৃথ্বীৰ আন এটা পৰীক্ষা সম্পন্ন কৰে। এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, ‘এই ক্ষেপণাস্ত্ৰটো এটা প্ৰমাণিত ব্যৱস্থা আৰু অতি উচ্চ নিখুঁততাৰে লক্ষ্যত আঘাত কৰিবলৈ সক্ষম, আৰু লগতে কয় যে “ব্যৱহাৰকাৰী প্ৰশিক্ষণ উৎক্ষেপণে মিছাইলটোৰ সকলো কাৰ্য্যকৰী আৰু কাৰিকৰী পৰিমাপ সফলতাৰে বৈধতা প্ৰদান কৰিলে”।