হেমা মালিনীয়ে আইএফএফআই ২০২১ ত ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটি অফ দা ইয়েৰ’ বঁটা লাভ কৰে

Pc Hindustan Times

হেমা মালিনীয়ে আইএফএফআই ২০২১ ত ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটি অফ দা ইয়েৰ’ বঁটা লাভ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  বলীউডৰ  অভিনেত্ৰী হেমা মালিনীয়ে ভাৰতীয় ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আইএফএফআই) ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটি অফ দা ইয়েৰ ২০২১’ বঁটা লাভ কৰে।  কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে হেমা আৰু গীতিকাৰ প্ৰসূন যোশীক বঁটা প্ৰাপক হিচাপে মনোনীত কৰে। উৎসৱটো ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।