অণুগল্প
হৃদয়ৰ ৰং
যমুনা দুলু বৈশ্য
শুৱালকুছি
স্বপ্নালীয়ে নিজৰ বুকুখনৰ বিষত অসহ্য বেদনাৰে ভৰি পৰিল ।তাইৰ অনুভৱ মনত খেপিয়াব ধৰিলে হৃদয়ৰ ৰাঙলী দিনৰ স্মৃতিৰ বাসনাৰ ৰং বোৰে অতীতলৈ । সন্মুখত থাকিও একো কৰিব নোৱাৰিলে জীয়েকক ধৰ্ষণ কৰি মানুহৰ তেজ খোৱা দানৱ সকলে পলাই গ’ল । আজিও পাহৰিব পৰা সেই চিঞৰ ।প্ৰতিধ্বনী হৈ বাজি আছে হৃদয়ত ।