হিমাচল প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে ২৬ জন কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

Pc India Today

হিমাচল প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে ২৬ জন কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- ১২ নৱেম্বৰত হ’বলগীয়া হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২৬ জন কংগ্ৰেছ দলৰ নেতাই বিজেপিত যোগদান কৰে। বিজেপি নেতা তথা হিমাচলৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে টুইট কৰি কয় যে,কংগ্ৰেছৰ প্ৰাক্তন বিষয়ববীয়াকে ধৰি বহু সহকৰ্মীয়ে বিজেপিত যোগদান কৰিছে। কংগ্ৰেছ ত্যাগ কৰাসকলৰ ভিতৰত আছে প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৰ্মপাল ঠাকুৰ খাণ্ড।