সৰবৰহী মহিলা মীৰা ডেকাৰ মৃত্যু

সৰবৰহী মহিলা মীৰা ডেকাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  পাঠশালাৰ সুন্দৰপুৰ নিবাসী প্ৰয়াত ধীৰদত্ত ডেকাৰ সহধৰ্মিণী মীৰা ডেকাৰ ৯ অক্টোবৰত দুৰ্গাসৰোবৰৰ বাসগৃহত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ৷সৰবৰহী,ধৰ্মপ্ৰাণ মহিলাজনীৰ মৃত্যুত পাঠশালাৰ লগতে গুৱাহাটী মহানগৰীৰ দুৰ্গাসৰোবৰতো শোকৰ ছাঁ পৰে৷ ভূতনাথ শ্মশানত বহুসংখ্যক গুণমুগ্ধৰ উপস্হিতিত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷