সোণাপুৰত ১৭ কাৰ্টুন বিলাতী সুৰাসহ গাড়ী জব্দ

সোণাপুৰত ১৭ কাৰ্টুন বিলাতী সুৰাসহ গাড়ী জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ আবকাৰী বিভাগে কালি সোণাপুৰত অভিযান চলাই মেঘালয়ত বিক্ৰীৰ বাবে প্ৰস্তুত কৰা ১৭ কাৰ্টুন অবৈধ বিলাতী সুৰা কঢ়িয়াই অনা এখন মাৰুতি অল্টো বাহন জব্দ কৰাৰ লগতে বাহন খনৰ লগত অহা ২ জনক গ্ৰেপ্তাৰ কৰি অসম আবকাৰী আইনৰ ৫৩(১)(ক) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে ।