সিন্ধু, শ্ৰীকান্ত ২০২২ কোৰিয়া অপেনত ছেমিত পৰাজিত 

pc times of India

সিন্ধু, শ্ৰীকান্ত ২০২২ কোৰিয়া অপেনত ছেমিত পৰাজিত 

ৰঙিলী বাৰ্ত্তাসেৱা-  পি ভি সিন্ধু ২০২২ কোৰিয়া অপেনত মহিলাৰ একক ছেমি ফাইনেলত পৰাজিত হয়। তেওঁ দক্ষিণ কোৰিয়াৰ এন চেয়ংৰ দ্বাৰা ৪৮ মিনিটত ২১-১৪, ২১-১৭ ব্যৱধানত পৰাজিত হয়। পুৰুষৰ একক ছেমি ফাইনেলত পঞ্চম স্থান প্ৰাপ্ত ভাৰতীয় শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তে ৪৯ মিনিটত তৃতীয় স্থান প্ৰাপ্ত জোনাটান ক্ৰিষ্টিৰ হাতত ১৯-২১, ১৬-২১ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ সৈতে, প্ৰতিযোগিতাখনত ভাৰতৰ অভিযান সমাপ্ত হয়।