সিদ্ধু মুছেৱালা হত্যাৰ প্ৰথম শ্বাৰ্পশ্বুটাৰ গ্ৰেপ্তাৰ

pc India.com

সিদ্ধু মুছেৱালা হত্যাৰ প্ৰথম শ্বাৰ্পশ্বুটাৰ গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ ওপৰত গুলীচালনা কৰা আঠজন শ্বাৰ্পশ্বুটাৰৰ ভিতৰত এজনক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা শ্বাৰ্পশ্বুটাৰজনৰ নাম হৰকমল ৰাণু। বাথিন্দাৰ ৰাণুক গ্ৰেপ্তাৰ কৰাটো তেওঁৰ পৰিয়ালে নিশ্চিত কৰিছিল। ২৯ মে’ত পঞ্জাৱৰ মানচা জিলাত মুছেৱালাক গুলীয়াই হত্যা কৰা হৈছিল।