শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা

শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰে শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে। পূৰ্বৰ অধিসূচনাত এই সীমিত বন্ধটি ১৪ ছেপ্টেম্বৰত দিয়া হৈছিল।