শ্ৰীলংকাই পেট্ৰ’লিয়াম সামগ্ৰী ক্ৰয়ৰ বাবে ভাৰতৰ পৰা ৫০০ নিযুত ডলাৰ ঋণ বিচাৰিছে

Pc Ndtv.com

শ্ৰীলংকাই পেট্ৰ’লিয়াম সামগ্ৰী ক্ৰয়ৰ বাবে ভাৰতৰ পৰা ৫০০ নিযুত ডলাৰ ঋণ বিচাৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-   শ্ৰীলংকাই তীব্ৰ অৰ্থনৈতিক সংকটৰ মাজত পেট্ৰ’লিয়াম সামগ্ৰী ক্ৰয় কৰিবলৈ ভাৰতীয় ৰপ্তানি-আমদানি বেঙ্কৰ (ইণ্ডিয়া এক্সিম বেংক) পৰা ৫০০ নিযুত ডলাৰ ঋণ বিচাৰিছে। শ্ৰীলংকাই পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে ২৪.৩% আৰু  ৩৮.৪% বৃদ্ধি কৰিছে। ভাৰতে ৪০,০০০ মেট্ৰিক টন ডিজেল যোগান ধৰাৰ কেইদিনমান পিছত শ্ৰীলংকালৈ প্ৰায় ৪০,০০০ মেট্ৰিক টন পেট্ৰ’ল প্ৰদান কৰে।