শ্বেহনাজ গিলে ৭ অক্টোবৰৰ পৰা ‘হ’ন্সলা ৰাখ’ চলচ্চিত্ৰখনৰ বাবে গানৰ দৃশ্যগ্ৰহণ কৰিব

pc Box Office Income

শ্বেহনাজ গিলে ৭ অক্টোবৰৰ পৰা ‘হ’ন্সলা ৰাখ’ চলচ্চিত্ৰখনৰ বাবে গানৰ দৃশ্যগ্ৰহণ কৰিব

অনলাইন বাৰ্ত্তাসেৱা – ‘হ’ন্সলা ৰাখ’ৰ প্ৰযোজক দিলজিৎ থিণ্ডে যে অভিনেত্ৰী শ্বেহনাজ গিলে ৭ অক্টোবৰৰ পৰা ছবিখনৰ বাবে এটা প্ৰচাৰমূলক গানৰ দৃশ্যগ্ৰহণ কৰিব বুলি নিশ্চিত কৰিছে। ২ ছেপ্টেম্বৰত সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছত চুটিংৰ কাম-কাজ বিলম্বিত কৰিব লগীয়া হয়। এই সন্দৰ্ভত দিলজিতে উল্লেখ কৰি কয় যে তেওঁ শ্বেহনাজৰ দলৰ সৈতে নিৰন্তৰ যোগাযোগত আছিল আৰু লগতে তেওঁ শ্বেহনাজৰ ভিছাৰ ওপৰত নিৰ্ভৰ কৰি ইউকে বা ভাৰতত দৃশ্যগ্ৰহণ কৰিব বুলিও উল্লেখ প্ৰকাশ কৰে।