শোষণ – ৰীতা দেৱী

অণুগল্প

শোষণ

ৰীতা দেৱী,গুৱাহাটী কাহিলীপাৰা

অনন্ত কলিতাই আজি নিজৰ ভুলৰ বাবে কাৰাগাৰৰ ভিতৰত অনুতপ্ত হৈ হুকহুকাই কান্দিছে ।সি মনতে ভাবিছে এইয়া মোৰ মিছাকৈ প্ৰলোভন দি শোষণ কৰাৰ পৰিণতি এইয়াই মোৰ বাবে প্ৰাপ্য।এইফালে সেই সময়তে থানালৈ আহি এজনী বিধৱা মহিলাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে সি মোক বেয়াকৈ শোষণ কৰিলে।