শেহতীয়া এদিনীয়া দলৰ ৰেংকিঙত ভাৰতক অতিক্ৰম পাকিস্তানৰ

শেহতীয়া এদিনীয়া দলৰ ৰেংকিঙত ভাৰতক অতিক্ৰম পাকিস্তানৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- মুলটানত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৩-০ গ’লত ক্লীন ছুইপ সম্পূৰ্ণ কৰি পাকিস্তানে শেহতীয়া এদিনীয়া দলৰ ৰেংকিঙত ভাৰতক অতিক্ৰম কৰিছে। পাকিস্তানে ১০৬ ৰেটিং পইণ্টৰ সৈতে চতুৰ্থ স্থানলৈ স্থান লাভ কৰিছে, আনহাতে ভাৰত এতিয়া ১০৫ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে। ছিৰিজৰ পূৰ্বে পাকিস্তানে ১০২ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছিল।