লেণ্ড এডভাইছেৰি কমিটিৰ বৈঠকত বিধায়ক অমিয় কুমাৰ ভূঞাৰ অংশগ্ৰহণ 

লেণ্ড এডভাইছেৰি কমিটিৰ বৈঠকত বিধায়ক অমিয় কুমাৰ ভূঞাৰ অংশগ্ৰহণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত লেণ্ড এডভাইছেৰি কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় অমিয় কুমাৰ ভূঞা দেৱে । উক্ত বৈঠকৈত লখিমপুৰৰ সাংসদ আৰু বিধায়ক প্ৰতিনিধি ভাৰতীয় জনতা পাৰ্টী লখিমপুৰ জিলাৰ সভাপতি শ্ৰী যুত ফণীধৰ বৰুৱা সমন্ধীতে ভকুৱা খানা আৰু নাওবৈচাৰ বিধায়ক প্ৰতিনিধিৰ সৈতে আৰু আন আন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকি আলোচনা কৰে ।