লিমাৰিক – ছেলিমা বেগম 

PC - Vecteezy
লিমাৰিক 
ছেলিমা বেগম 
 নগাঁও
আধুনিক যুগৰ পৰিবৰ্তন পাই,
প্লাষ্টিকৰ সামগ্ৰীৰে নলা ভৰ্তি ভাই ।
বায়ু প্ৰদূষণ বেয়া,
বেমাৰে নেৰে যে এয়া ।
আমি কৰিব লাগিব পৰিস্কাৰ ভাই ।