লংকাৰ কৰৈঅনি বজাৰত বিধ্বংসী অগ্নিকাণ্ড

লংকাৰ কৰৈঅনি বজাৰত বিধ্বংসী অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- লংকাৰ কৰৈঅনি বজাৰত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডৰ ফলত ৮ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত হয়। এই অগ্নিকাণ্ডৰ ফলত নগদ ধনসহ আনুমানিক ৪০/৫০ লক্ষাধিক টকাৰ সা-সম্প্ৰত্তি ক্ষয়ক্ষতি হৈছে।কৰৈঅনি বজাৰৰ গাতে লাগি থকা শিক্ষা প্ৰতিষ্ঠানৰ জাৱৰৰ দ’মৰ পৰা জুই সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হয়। ৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।