মোৰ প্ৰীয়তম
মনত পৰিছে মোৰ প্ৰিয়তমলৈ
প্ৰিয়তম তুমি মোৰ আহাঁ কাষলৈ
চকুৰ আঁতৰত আছা তুমি
মনৰ মাজত নিচেই ওচৰত তুমি
জীয়াই আছোঁ তোমাৰ অপেক্ষাত
ৰাখিবা মোক সদায় তোমাৰ হিয়াত
প্ৰতিটো পূৱা আৰম্ভ হয় তোমাৰ কথাৰে
দিনটো ও শেষ হয় তোমাৰ হাহিৰে
তুমিয়েই মোৰ জীৱন
তুমিয়েই মোৰ সপোন
তুমিয়েই মোৰ সকলোতকৈ আপোন।।
মানসী বৰঠাকুৰ,
উত্তৰ গুৱাহাটী