মোতকৈ অধিক কংগ্ৰেছক নেতৃত্বৰ প্ৰয়োজন:  প্ৰশান্ত কিশোৰ

মোতকৈ অধিক কংগ্ৰেছক নেতৃত্বৰ প্ৰয়োজন:  প্ৰশান্ত কিশোৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছত যোগদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে টুইট কৰে, “মোৰ নম্ৰ মতামত অনুসৰি, পৰিৱৰ্তনশীল সংস্কাৰৰ জৰিয়তে গভীৰ ভাৱে শিপা থকা গাঁথনিগত সমস্যাবোৰ সমাধান কৰিবলৈ দলটোক নেতৃত্ব আৰু সামূহিক ইচ্ছাৰ প্ৰয়োজন।” তেওঁ দলৰ ক্ষমতাপ্ৰাপ্ত কাৰ্য গোটত যোগদান কৰাৰ প্ৰস্তাৱ টো অস্বীকাৰ কৰিছিল আৰু নিৰ্বাচনৰ দায়িত্ব ল’বলৈও প্ৰত্যাখ্যান কৰিছিল।