মাতৃত্ব – আয়নাল হক

PC - Shutterstock
অণুগল্প 
মাতৃত্ব
আয়নাল হক,ধুবুৰী 
 ঘৰত গোট খোৱা গাঁৱৰ মানুহখিনিক ৰতীন্দ্ৰ আৰু সৰলাই যিমানকণ পাৰে শুশ্ৰূষা কৰিলে।
এজনে ক’লে: “সৰলা, তোমালোকৰ প্ৰাৰ্থনা ভগৱানে শুনিলে। তাৰ অধ্যৱসায়ে তাক আজি সফলতা লাভ কৰিবলৈ সক্ষম কৰিলে।”
এ.পি.এছ.চি.ত দহ নম্বৰ ৰেঙ্ক পোৱা পুত্ৰ নয়নলৈ চাই সৰলা মাতৃত্বৰ গৌৰৱত খন্তেকৰ বাবে অভিভূত হৈ পৰিল…।