মাজনিশা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত

মাজনিশা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত

ৰঙিলী বাৰ্ত্তাসেৱা- মাজনিশা ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে, নিশা অহা ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৮ ৰিখটাৰ স্কেল ।নিশা ১২.৫৩ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰত আৰু ১০৬ কিলোমিটাৰ গভীৰত।ভূমিকম্পৰ জোকাৰণিত অৱশ্যে কোনো ক্ষয়-ক্ষতি নাইবা কোনো লোকো হতাহত হোৱাৰ খবৰ অহা নাই।