মহামাৰী আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইউকেত ১,০০,০০০ ৰো অধিক দৈনিক কোভিড-১৯ৰ ঘটনা

Pc Wall Street Journal

মহামাৰী আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইউকেত ১,০০,০০০ ৰো অধিক দৈনিক কোভিড-১৯ৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহামাৰী আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইউকে-য়ে দৈনিক ১,০০,০০০ ৰো অধিক কোভিড-১৯ ৰোগীৰ প্ৰতিবেদন দিছে। শেহতীয়া ২৪ ঘণ্টাৰ ম্যাদত মুঠ ১,০৬,১২২ টা ঘটনা নথিভুক্ত কৰা হৈছে, যাৰ ফলত মুঠ ঘটনা ১,১৬,৪৭,৪৭৩ হৈছে। লগতে নতুনকৈ ১৪০ জন লোকৰ কৰ’নাত সংক্ৰমণত মৃত্যু হৈছে। যাৰ ফলত মৃত্যুৰ সংখ্যা ১,৪৭,৫৭৩ লৈ বৃদ্ধি পায়।