মধ্যপ্ৰদেশত প্ৰৱেশ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা

Pc Hindustan Times

মধ্যপ্ৰদেশত প্ৰৱেশ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া বিৰতিৰ অন্তত মধ্যপ্ৰদেশত প্ৰৱেশ কৰাৰ লগে লগে পুনৰ আৰম্ভ হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰা। বুৰহানপুৰ জিলাৰ বোদৰলী গাঁৱৰ পৰা পুনৰ আৰম্ভ হয় পদযাত্ৰা। প্ৰাক্তন সাংসদ মুখ্যমন্ত্ৰী কমল নাথ আৰু দিগ্বিজয় সিঙে গান্ধীৰ সৈতে এই পদযাত্ৰাত যোগদান কৰে। আগন্তুক ১১ দিনত ৰাজ্যৰ ৭খন জিলাৰ মাজেৰে পাৰ হোৱাৰ লক্ষ্য লৈছে দলটোৱে।