মঙ্গলদৈৰ সমীপৱৰ্তী তিনিটা পঞ্চায়তত অনুপস্থিত কৰ্মচাৰী: সহকাৰী আয়ুক্তৰ আকস্মিক পৰিদৰ্শন

মঙ্গলদৈৰ সমীপৱৰ্তী তিনিটা পঞ্চায়তত অনুপস্থিত কৰ্মচাৰী: সহকাৰী আয়ুক্তৰ আকস্মিক পৰিদৰ্শন

মঙ্গলদৈ,কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলদৈ চহৰৰ সমীপৱৰ্তী তিনিটা পঞ্চায়ত কাৰ্যালয়ত সহকাৰী আয়ুক্ত ৰিনি হাজৰিকাৰ আকস্মিক পৰিদৰ্শন । চাউলখোৱা, পুঠিমাৰী আৰু মোৱামাৰী পঞ্চায়তত উপস্থিত বিষয়াগৰাকী। পৰিদৰ্শন কালত কাৰ্যালয়ত এজনো কৰ্মচাৰী উপস্থিত নাছিল । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত উক্ত বিষয় সন্দৰ্ভত উৰ্ধতন কৰ্তৃপক্ষক যাবতীয় পদক্ষেপ গ্ৰহণৰ বাবে অৱগত কৰিব বুলি জনালে বিষয়াগৰাকীয়ে।