ভাৰতৰ বৈদেশিক নীতিৰ প্ৰশংসা পাক প্ৰধানমন্ত্ৰী

pc Hindustan Times

ভাৰতৰ বৈদেশিক নীতিৰ প্ৰশংসা পাক প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতৰ বৈদেশিক নীতিৰ প্ৰশংসা কৰিছে। “ভাৰতৰ বৈদেশিক নীতিচাওক। যেতিয়া ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ হৈছিল, তেওঁলোক একত্ৰিত হৈ আছিল,” তেওঁ কয়। “ভাৰতৰ বৈদেশিক নীতিৰ বাবে, ভাৰতৰ পাছপোৰ্টক দিয়া সন্মান আৰু পাকিস্তানৰ পাছপোৰ্টক দিয়া সন্মান চাওক,” খানে লগতে কয়।