ভাৰতৰ থলুৱা ৪জি মোবাইল নেটৱৰ্ক শীঘ্ৰেই মুকলি কৰা হ’ব: তথ্য প্ৰযুক্তি মন্ত্ৰী

pc Udayavani

ভাৰতৰ থলুৱা ৪জি মোবাইল নেটৱৰ্ক শীঘ্ৰেই মুকলি কৰা হ’ব: তথ্য প্ৰযুক্তি মন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-   অতি কম সময়ৰ ভিতৰতে বিকশিত ভাৰতৰ থলুৱা ৪জি ম’বাইল নেটৱৰ্ক ৰোল আউটৰ বাবে সাজু, লোকসভাত তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়। তেওঁ লগতে কয়, “ভাৰতে ইমান সোনকালে কেনেকৈ ইয়াৰ ৪জি নেটৱৰ্ক গঢ়ি তুলিছে, সমগ্ৰ বিশ্বই আমাক আচৰিত ভাৱে চাই আছে।” তেওঁ লগতে জনাইছিল যে ২০২২ চনৰ শেষৰ ফালে ৫জি নেটৱৰ্ক সাজু হ’ব।