ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফোগাটৰ স্বৰ্ণ জয়

Pc India Tv News

ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফোগাটৰ স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ ২৭ বছৰীয়া মল্লযুঁজাৰু ভিনেশ ফ’গাটে মহিলা ফ্ৰীষ্টাইল ৫৩ কেজি শাখাত কমনৱেলথ গেমছ ২০২২ত সোণৰ পদক লাভ কৰে।নৰ্ডিক চিষ্টেম গ্ৰুপত তিনিখন মেচৰ প্ৰতিখন মেচতে জয়লাভ কৰি সোণৰ পদক লাভ কৰে ফোগাটে। কানাডাৰ সামান্থা ষ্টুৱেৰ্ট, নাইজেৰিয়াৰ মাৰ্চি বোলাফুনুলুৱা আদেকুওৰ’য়ে আৰু শ্ৰীলংকাৰ চামোডিয়া কেছানি মাদুৰাভেলাজ ডনক পৰাস্ত কৰে।