ভাৰতীয় বিমান সেৱাসমূহে বিত্তীয় বৰ্ষ ২২-ত ২৬,০০০ কোটি টকাৰ লোকচানৰ সন্মুখীত হ’ব পাৰেঃ আই.চি.আৰ.এ.
অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় বিমান উদ্যোগে ২৫,০০০-২৬,০০০ কোটি ডলাৰৰ মুঠ লোকচানৰ সন্মুখীন হ’ব বুলি আশা কৰা হৈছে, আনহাতে ২০২১-২২ বৰ্ষত ইয়াৰ ঋণৰ স্তৰ ১.২ লাখ কোটি টকা লৈ বৃদ্ধি হ’ব পাৰে, ৰেটিং সংস্থা আই.চি.আৰ.এ.-য়ে কয়। উদ্যোগটোক ২০২১-২২ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ ৪৫,০০০-৪৭,০০০ কোটি টকাৰ অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হ’ব বুলি কোৱা হৈছে ইয়াৰ জড়িয়তে। ইণ্ডিয়ান কেৰিয়াৰৰ বেলেন্স শ্বীটবোৰ এই সময়চোৱাত অধিক চাপত থাকিব লগীয়া হ’ব, আই.চি.আৰ.এ.-য়ে কয়।
(UD.)