ভাৰতীয় গৱেষকসকলে প্ৰত্যক্ষ কৰে ওচৰৰ বিশ্বব্ৰহ্মাণ্ডত থকা ৩ টা অতিবৃহৎ কৃষ্ণগহ্বৰ একেলগে একত্ৰিত হোৱা দৃশ্য

pc DNA India

ভাৰতীয় গৱেষকসকলে প্ৰত্যক্ষ কৰে ওচৰৰ বিশ্বব্ৰহ্মাণ্ডত থকা ৩ টা অতিবৃহৎ কৃষ্ণগহ্বৰ একেলগে একত্ৰিত হোৱা দৃশ্য

অনলাইন বাৰ্ত্তাসেৱা – ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰোফিজিক্সৰ গৱেষক জ্যোতি যাদৱ, মৌচুমি দাস আৰু সুধাংশু বৰৱেই তিনিখন বিশ্বব্ৰহ্মাণ্ডত তিনিটা অতিবৃহৎ কৃষ্ণগহ্বৰ আৱিষ্কাৰ কৰে। এই তিনিটাই একেলগ হৈ তিনিগুণ সক্ৰিয় গেলেক্টিক নিউক্লিয়াছ গঠন কৰে। তেওঁলোকে প্ৰথম ভাৰতীয় মহাকাশ পৰ্যৱেক্ষণালয় এষ্ট্ৰোছেটত থকা আল্ট্ৰা-ভায়োলেট ইমেজিং টেলিস্কোপৰ তথ্যৰ সহায় লৈছিল।

(UD.)