ভাৰতত ৪,৩৬৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

Pc- Wall Street journal

ভাৰতত ৪,৩৬৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৪,৩৬৯ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ১৮ জন লোকৰ মৃত্যু হৈছে । শেহতীয়া তথ্য অনুসৰি ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৪৬,৩৪৭ জন। ৫,১৭৮জন লোক যোৱা ২৪ ঘণ্টাত কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে ।