ভাৰতত ২২ হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

pc- triNet

ভাৰতত ২২ হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত ২২,৪৩১ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। নতুনকৈ ভাৰতত ৩১৮ জন লোকৰ মৃত্যু হৈছে। সংক্ৰমিত হোৱা লোক সকলৰ ভিতৰত কেৰালাৰ ১২,৬১৬ জন লোক। আৰু কেৰালাত নতুকৈ ১৩৪ জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ভাৰতত  ২,৪৪,১৯৮ টা সক্ৰিয় ঘটনা আছে।