ভাৰতত ২০,২৭৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

PC GSK

ভাৰতত ২০,২৭৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২০,২৭৯ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ১৮,১৪৩ জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৩৬ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৬,০৩৩ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,৫২,২০০ লৈ বৃদ্ধি ।