ভাৰতত ১৫,৭৫৪ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

Pc The financial express

ভাৰতত ১৫,৭৫৪ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৫,৭৫৪ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৪৭ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৭,২৫৩ জনলৈ বৃদ্ধি হৈছে। । শেহতীয়া তথ্য অনুসৰি ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ১,০১,৮৩০ জন।