ভাৰতত ১,০০৭ জনলোক কৰ’নাত আক্ৰান্ত

pc- fierce pharma

ভাৰতত ১,০০৭ জনলোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,০০৭ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত ১জনৰ মৃত্যু হৈছে। ৮১৮ জন লোক যোৱা ২৪ ঘণ্টাত কৰ’নাত সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,৭৩৭ জনলৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ১১,০৫৮টা সক্ৰিয় ঘটনা আছে।