ভাৰতত যোৱা ২৪ ঘণ্টাত কৰʼনা সংক্ৰমণৰ ফলত ৮০৫ জনৰ মৃত্যু 

pc- Vaisala

ভাৰতত যোৱা ২৪ ঘণ্টাত কৰʼনা সংক্ৰমণৰ ফলত ৮০৫ জনৰ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৪,৩৪৮ জন লোক কৰʼনাত আক্ৰান্ত হৈছে। ভাৰতত নতুনকৈ ৮০৫জন লোকৰ কৰʼনাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে। বৰ্তমানলৈ ভাৰতত ৪,৫৭,১৯১ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু ঘটিছে।মুঠ  ৩,৪২,৪৬,১৫৭ জন লোক ভাৰতত কৰʼনাত সংক্ৰমিত হৈছে।ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা আছে ১,৬১,৩৩৪ টা।