ভাৰতত পুনৰ কৰ’নাত ৪৫ হোজাৰ লোক আক্ৰান্ত

pc- The Economic Times

ভাৰতত পুনৰ কৰ’নাত ৪৫ হোজাৰ লোক আক্ৰান্ত

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত এদিনতে কৰ’নাত সংক্ৰমিত হৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা ১০ হেজাৰলৈ বৃদ্ধি। দেশত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৪৫,৬২৪ জন লোক। ভাৰতত এতিয়ালৈ ৩.২৯ কোটি লোক কৰ’নাত সংক্ৰমিত হৈছে। ৩৪,৬৬৫ জন লোক সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশত এতিয়ালৈ ৩.২০ কোটি লোক সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। কৰ’নাত আক্ৰান্ত হৈ ভাৰতত এতিয়ালৈ ৪.৩৯ লাখ লোকৰ মৃত্যু হৈছে।

(RT)