ভাৰতত নতুনকৈ ৩,৮০৫ জন লোক কৰ’নাত আক্ৰান্ত  

ভাৰতত নতুনকৈ ৩,৮০৫ জন লোক কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৮০৫ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ২২ জন লোকৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৪,০২৪  জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ২০,৩০৩ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’না সংক্ৰমণৰ পৰা যোৱা ২৪ ঘণ্টাত ৩,০০০ তকৈ অধিক লোক সুস্থ হৈ উঠিছে।