ভাৰতত নতুনকৈ ১,৭৬১ জন লোক কৰ’নাত আক্ৰান্ত

pc. Health Europa

ভাৰতত নতুনকৈ ১,৭৬১ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-   স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৭৬১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।যোৱা ২৪ ঘণ্টাত ১২৭ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।নতুনকৈ মৃত্যু হোৱা লোক সকৰল ভিতৰত কেৰালাৰ ১০৬ জন লোক। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৬,৪৭৯ জনলৈ বৃদ্ধি হৈছে। সক্ৰিয় ঘটনাবোৰ ২৬,২৪৯ লৈ হ্ৰাস পাইছে।